ললিতললিতা

ললিত কলা (Assamese) [ Roman: lo.lit ko.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-11
1. (Abstract Noun) forms of creative art like painting, drawing and sculpture that are created to be beautiful and aesthetically appealing rather than useful. ছবি অঁকা, চিত্ৰকলা, ভাস্কৰ্য্য আদি সৃজনীমূলক কলা, যিবিলাক বিশেষকৈ সৌন্দৰ্য্য প্ৰকাশৰ বাবে সৃষ্টি কৰা হয়।